শ্ৰেষ্ঠ সদস্য চিনাকি ্
শ্ৰেষ্ঠ সদস্য চিনাকি
❤❤❤❤❤❤❤❤❤❤❤
নিয়মাৱলী:-
১/ এই অনুষ্ঠানলৈ সৰ্বাধিক পোষ্ট আগবঢ়োৱা সদস্য জন নিমন্ত্ৰণ কৰা হয়
২/share পোষ্ট হিচাপত ধৰা নহয় মাথো অসমৰ ভিত্তিত দিয়া পোষ্ট আৰু ফটোবোৰ মানি লোৱা হয়
৩/ কোনোবা ইচ্ছুক সদস্য চিনাকি কৰি দিয়া সদস্য জনক কিবা সোধা ইচ্ছা থাকিলে সুধিব পাৰে অদৰকাৰী comment নকৰিব
৪/ অসমীয়া ভাষাত লিখা পোষ্ট বোৰ বেছি গুৰত দিয়া হয়
৫/ ৰৰাজনৈতিক সাম্পদায়িক প্ৰেম আৰু কৌতুক এই পোষ্ট বোৰ অদৰকাৰী বুলি মানি লোৱা হয়
Comments
Post a Comment